Select a Chapter

Select a Section

  1. 2CH.S1 চলোমনে গিবিয়োনত বলিদান কৰা। তেওঁৰ ঐশ্বৰ্য্য।
  2. 2CH.S2 মন্দিৰ নিৰ্ম্মাণৰ আয়োজন।
  3. 2CH.S3 মন্দিৰ আৰু তাৰ স্তম্ভ আদি নিৰ্ম্মাণ কৰা।
  4. 2CH.S4 চলোমনে মন্দিৰ প্ৰতিষ্ঠা কৰা৷
  5. 2CH.S5 ঈশ্বৰে চলোমনৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া। নগৰ আদি নিৰ্ম্মাণ কৰা।
  6. 2CH.S6 চলোমনৰ ওচৰলৈ চিবাৰ ৰাণী অহা। চলোমনৰ ধন আৰু ঐশ্বৰ্য্য। চলোমনৰ মৃত্যু।
  7. 2CH.S7 দহ ফৈদৰ বিদ্ৰোহ। ৰহবিয়ামৰ ৰাজত্ব।
  8. 2CH.S8 চীচকে দেশ আক্ৰমণ কৰা। ৰহবিয়ামৰ মৃত্যু।
  9. 2CH.S9 অবিয়াৰ ৰাজত্ব। যাৰবিয়ামৰ লগত তেওঁৰ যুদ্ধ।
  10. 2CH.S10 আচাৰ ৰাজত্ব। তেওঁ কুচিয়াহঁতক জয় কৰা। ঈশ্বৰে সৈতে ইস্ৰায়েলে কৰা নিয়ম।
  11. 2CH.S11 যিহোচাফটৰ ৰাজত্ব৷ দেশৰ উন্নতিলৈ তেওঁৰ চেষ্টা৷
  12. 2CH.S12 মোৱাবীয়া, অম্মোনীয়া আদি নানা জাতিৰ পৰা লোকসকলে ৰক্ষা পোৱা৷
  13. 2CH.S13 যোৰাম আৰু অহজিয়াৰ ৰাজত্ব৷
  14. 2CH.S14 অথলিয়া ৰাণীৰ ৰাজত্ব আৰু তেওঁৰ বিনাশ।
  15. 2CH.S15 যোৱাচৰ ৰাজত্ব। মন্দিৰ মেৰামত কৰা।
  16. 2CH.S16 অমচিয়াৰ ৰাজত্ব৷ তেওঁৰ দেৱপূজা আৰু যুদ্ধ৷
  17. 2CH.S17 উজ্জিয়াৰ ৰাজত্ব৷ তেওঁৰ উন্নতি৷ তেওঁৰ কু-আচৰণ আৰু তাৰ প্ৰতিফল৷
  18. 2CH.S18 যোথম আৰু আহজৰ ৰাজত্ব। শত্ৰুৱে কৰা উপদ্ৰৱ।
  19. 2CH.S19 হিষ্কিয়াৰ ৰাজত্ব৷ মন্দিৰ শুচি আৰু পবিত্ৰ কৰা৷
  20. 2CH.S20 নিস্তাৰ-পৰ্ব্ব পালন কৰা।
  21. 2CH.S21 হিষ্কিয়াৰ নানা সৎকাৰ্য্য। ইস্ৰায়েলে অচুৰীয়াহঁতৰ পৰা ৰক্ষা পোৱা।
  22. 2CH.S22 মনচি আৰু আমোনৰ ৰাজত্ত্ব।
  23. 2CH.S23 যোচিয়াৰ ৰাজত্ত্ব। মন্দিৰ শুচি কৰা। ব্যৱস্থা পুস্তক উলিয়াই পাঠ কৰা।.
  24. 2CH.S24 যোচিয়াই নিস্তাৰ-পৰ্ব্ব পালন কৰা। মিচৰৰ ৰজাৰ লগত তেওঁৰ যুদ্ধ। তেওঁৰ মৃত্যু।
  25. 2CH.S25 যিহোৱাহজ, যিহোৱাকীম, যিহোৱাখীন আৰু চিদিকিয়াৰ ৰাজত্ব। লোকসকলক বন্দী কৰি নিয়া।