Select a Chapter

Select a Section

  1. ISA.S1 যিহোৱাই তেওঁৰ লোকসকলৰ মন পালটাবলৈ কোৱা।
  2. ISA.S2 চিয়োনৰ গৌৰৱ। আহিব লগা যিহোৱাৰ ক্ৰোধৰ দিন।
  3. ISA.S3 ইস্ৰায়েলৰ শেষ শুভগতি।
  4. ISA.S4 দ্ৰাক্ষাবাৰীৰ দৃষ্টান্ত।
  5. ISA.S5 কাৰ্যত নিযুক্ত হোৱা যিচয়াৰ দৰ্শন।
  6. ISA.S6 যিচয়াই আহজৰ লগত সাক্ষাৎ হোৱা, আৰু তাৰ ফল।
  7. ISA.S7 যিচয়াই এটি চিন দেখুউৱা। অচূৰীয়াসকলৰ আক্ৰমণ। আহিব লগা আভিষিক্ত জন।
  8. ISA.S8 আহিব লগা অভিষিক্ত জনা, আৰু তেওঁৰ ৰাজ্য। ইস্ৰায়েলৰ পুনৰাগমন।
  9. ISA.S9 বাবিলৰ বিষয়ে কোৱা ভাববাণী।
  10. ISA.S10 মোৱাবৰ বিষয়ে কোৱা ভাববাণী।
  11. ISA.S11 দম্মেচক আৰু ইফ্ৰয়িমৰ বিৰুদ্ধে কোৱা ভাববাণী।
  12. ISA.S12 মিচৰৰ বিষয়ে ভাববাণী; আৰু ঈশ্বৰৰ ঘোষণা।
  13. ISA.S13 মিচৰ আৰু কুচৰ পৰাজয় কৰাৰ বিষয়।
  14. ISA.S14 বাবিল, ইদোম, আৰু আৰবৰ বিষয়ে কোৱা ভাববাণী। সাগৰৰ তীৰৰ মৰুভূমি বিষয়ে ঘোষণা।
  15. ISA.S15 যিৰূচালেমৰ ক্ষমা কৰিব নোৱাৰা পাপ।
  16. ISA.S16 তূৰৰ বিষয়ে ঘোষণা।
  17. ISA.S17 ঈশ্বৰৰ মহাবিচাৰৰ দিন
  18. ISA.S18 ঈশ্বৰীয় পৰিত্ৰাণৰ বিষয়ে ভাববাণী।
  19. ISA.S19 পৰিত্ৰাণৰ অৰ্থে কৰা প্ৰাৰ্থনা।
  20. ISA.S20 যিৰূচালেমৰ অধ্যক্ষসকলৰ বিৰুদ্ধে কোৱা বাক্য।
  21. ISA.S21 যিৰূচালেমৰ বিষয়ে যিহোৱাই সিদ্ধ কৰিব লগীয়া উদ্দেশ্য।
  22. ISA.S22 মিচৰত নিৰ্ভয় কৰা ফল। ইস্ৰায়েলৰ ভাবী উন্নতি। অচূৰৰ বিনাশ।
  23. ISA.S23 মিচৰৰ সহায় বৃথা। যিহোৱাই ৰক্ষা কৰা।
  24. ISA.S24 অভিষিক্ত জনাৰ ৰাজ্য বৰ্ণনা।
  25. ISA.S25 যিৰূচালেমৰ বৰ্ত্তমান দুৰৱস্থা, আৰু তাৰ ভাবি গৌৰৱ।
  26. ISA.S26 ইদোমৰ ওপৰত সাধন কৰিব লগীয়া প্ৰতিকাৰ।
  27. ISA.S27 ইস্ৰায়েলৰ পুনঃস্থাপন।
  28. ISA.S28 অচূৰীয়াসকলৰ পৰা ইস্ৰায়েলে ৰক্ষা পোৱা।
  29. ISA.S29 হিষ্কিয়া সুস্থ হোৱা।
  30. ISA.S30 বাবিলৰ পৰা হিষ্কিয়াৰ ওচৰলৈ দূত অহা।
  31. ISA.S31 যিহোৱাৰ পৰিত্ৰাণৰ প্ৰতিজ্ঞা।
  32. ISA.S32 কোৰচৰ বিষয়ে কোৱা ভাববাণী।
  33. ISA.S33 যিহোৱাৰ দাস। যিহোৱাৰ মুক্তিৰ কাৰ্য। ইস্ৰায়েলৰ বৰ্ত্তমান দুৰৱস্থা।
  34. ISA.S34 যিহোৱাই ইস্ৰায়েলক দিয়া সান্তনা দায়ক প্ৰতিজ্ঞা।
  35. ISA.S35 বাবিলৰ দেৱতাবোৰৰ বিনাশ আৰু তাৰ পতন।
  36. ISA.S36 বাবিলৰ পৰা ইস্ৰায়েলৰ নিস্তাৰ।
  37. ISA.S37 যিহোৱাৰ দাস আৰু তেওঁ কৃতকাৰ্য্য হোৱা বিষয়।
  38. ISA.S38 পৰিত্ৰাণৰ উদয়। চিয়োনৰ দুৰৱস্থাৰ পৰিবৰ্ত্তন।
  39. ISA.S39 যিৰূচালেমৰ ভাবী মঙ্গল।
  40. ISA.S40 পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ।
  41. ISA.S41 পৰাজিত আৰু নপুংসকলৈ কৰা প্ৰতিজ্ঞা।
  42. ISA.S42 লঘোন আৰু বিশ্ৰামবাৰ পালনৰ বিষয়।
  43. ISA.S43 ইস্ৰায়েলৰ পাপ আৰু তেওঁলোকৰ পৰিত্ৰাণ।
  44. ISA.S44 নতুন যিৰূচালেমৰ গৌৰৱ।
  45. ISA.S45 চিয়োনৰ পৰিত্ৰাণৰ আৰু মঙ্গলৰ প্ৰচাৰ।
  46. ISA.S46 ইদোমৰ প্ৰতিকাৰৰ দিন। লোকসকলৰ প্ৰাৰ্থনা।
  47. ISA.S47 অপথে যোৱা লোকক যিহোৱাই ধমকি দিয়া; আৰু তেওঁৰ লোকসকলক মঙ্গলৰ প্ৰতিজ্ঞা কৰা।
  48. ISA.S48 ইস্ৰায়েলৰ সুখ, আৰু শত্ৰুবোৰৰ বিনাশ।