Select a Chapter

Select a Section

  1. PSA.S1 পুত্ৰ অবচালোমৰ ওচৰৰ পৰা পলাই যোৱাৰ সময়ত দায়ুদৰ ৰচিত গীত।
  2. PSA.S2 প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত।
  3. PSA.S3 প্ৰধান বাদ্যকৰৰ নিমিত্তে: বাঁহী বজাই গোৱা দায়ুদৰ ৰচিত গীত।
  4. PSA.S4 প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।
  5. PSA.S5 বিন্যামীনীয়া কুচৰ নিমিত্তে: যিহোৱাৰ উদ্দেশ্যে দায়ুদে গোৱা চিগগায়োন নামৰ গীত।
  6. PSA.S6 প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
  7. PSA.S7 প্ৰধান বাদ্যকৰৰ নিমিত্তে: মূৎ-লব্বেন সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
  8. PSA.S8 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
  9. PSA.S9 প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত।
  10. PSA.S10 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
  11. PSA.S11 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
  12. PSA.S12 দায়ুদৰ ৰচিত গীত।
  13. PSA.S13 মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
  14. PSA.S14 দায়ুদৰ প্ৰাৰ্থনা।
  15. PSA.S15 প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত। যিহোৱাই যেতিয়া দায়ুদক ৰজা কৰিলে আৰু চৌলকে আদি কৰি তেওঁৰ সকলো শত্রুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ যিহোৱাৰ উদ্দেশ্যে এই গীত গাইছিল।
  16. PSA.S16 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
  17. PSA.S17 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
  18. PSA.S18 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
  19. PSA.S19 প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ - “ৰাতিপুৱাৰ হৰিণী।” দায়ুদৰ ৰচিত গীত।
  20. PSA.S20 দায়ুদৰ ৰচিত গীত
  21. PSA.S21 দায়ুদৰ ৰচিত গীত:
  22. PSA.S22 দায়ুদৰ ৰচিত গীত:
  23. PSA.S23 দায়ুদৰ ৰচিত গীত।
  24. PSA.S24 দায়ুদৰ ৰচিত গীত
  25. PSA.S25 দায়ুদৰ ৰচিত গীত
  26. PSA.S26 দায়ুদৰ ৰচিত গীত
  27. PSA.S27 মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সময়ৰ গান; দায়ুদৰ ৰচিত গীত।
  28. PSA.S28 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
  29. PSA.S29 মচকীল নামেৰে দায়ুদৰ ৰচিত গীত
  30. PSA.S30 দায়ুদৰ ৰচিত গীত। ৰজা অবীমেলকৰ আগত দায়ুদে পগলাৰ ভাও ধৰিছিল যাতে অবীমেলকে তেওঁক খেদাই দিয়ে। দায়ুদে সেই সময়ত এই গীতটো লিখিছিল।
  31. PSA.S31 দায়ুদৰ ৰচিত গীত
  32. PSA.S32 প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত
  33. PSA.S33 দায়ুদৰ ৰচিত গীত
  34. PSA.S34 দায়ুদৰ ৰচিত গীত; স্মৰণাৰ্থক উৎসর্গৰ গীত।
  35. PSA.S35 প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদূথুণৰ প্রতি দায়ুদৰ ৰচিত গীত।
  36. PSA.S36 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
  37. PSA.S37 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
  38. PSA.S38 প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত।
  39. PSA.S39 প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত।
  40. PSA.S40 প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত।
  41. PSA.S41 প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত। অলামোৎ সুৰত গাবলগীয়া সঙ্গীত।
  42. PSA.S42 প্ৰধান বাদ্যকৰৰ নিমিত্তে:কোৰহৰ সন্তান সকলৰ ৰচিত গীত।
  43. PSA.S43 এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত।
  44. PSA.S44 প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ সন্তান সকলৰ ৰচিত গীত।
  45. PSA.S45 আচফৰ ৰচিত গীত।
  46. PSA.S46 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত। বৎচেবাৰ লগত ব্যভিচাৰ কৰাৰ পাছত যেতিয়া নাথন ভাববাদী দায়ুদৰ ওচৰলৈ আহিছিল সেই সময়ৰ গীত।
  47. PSA.S47 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ মচকীল নামে গীত। যেতিয়া ইদোমীয়া দোৱেগে চৌলৰ ওচৰলৈ আহি কৈছিল, - “দায়ুদ অহীমেলকৰ ঘৰলৈ আহিছে” এইয়া সেই সময়ৰ ৰচিত গীত।
  48. PSA.S48 প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: মহলৎ। মচকীল নামে দায়ুদৰ ৰচিত গীত।
  49. PSA.S49 প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, “দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে” - এইয়া সেই সময়ৰ ৰচিত গীত।
  50. PSA.S50 প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত।
  51. PSA.S51 প্ৰধান বাদ্যকৰৰ নিমিত্তে যোনৎএলম ৰহোকীম সুৰত গাবলগীয়া মিকতাম নামে দায়ূদৰ ৰচিত গীত। পলেষ্টীয়াবিলাকে দায়ূদক গাতত ধৰা সময়ৰ গীত।
  52. PSA.S52 প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত।
  53. PSA.S53 প্ৰধান বাদ্যকৰৰ নিমিত্তে অলতচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ুদৰ ৰচিত গীত।
  54. PSA.S54 প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। চৌলে লোক পঠোৱাত, সিহঁতে দায়ূদক বধ কৰিবৰ ছলেৰে ঘৰৰ ওচৰত খাপ দি থকা সময়ৰ গীত।
  55. PSA.S55 প্ৰধান বাদ্যকৰৰ নিমিত্তে চূচন-এদূৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত শিক্ষাৰ্থক গীত। যি কালত অৰাম-নহৰয়িম আৰু অৰাম-চোবাৰ লগত তেওঁ যুদ্ধ কৰিছিল আৰু যোৱাবে উভটি লবন উপত্যকাত ইদোমৰ বাৰ হাজাৰ লোকক বধ কৰিছিল, সেই সময়ৰ গীত।
  56. PSA.S56 প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া দায়ূদৰ ৰচিত গীত।
  57. PSA.S57 প্ৰধান বাদ্যকৰৰ নিমিত্তে যিদূথনৰ অৰ্থে দায়ূদৰ ৰচিত গীত।
  58. PSA.S58 যিহূদাৰ অৰণ্যত থকা সময়ত দায়ূদৰ ৰচিত গীত।
  59. PSA.S59 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত।
  60. PSA.S60 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত।
  61. PSA.S61 প্ৰধান বাদ্যকৰৰ নিমিত্তে: গীত, সঙ্গীত।
  62. PSA.S62 প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া গীত, সঙ্গীত।
  63. PSA.S63 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত, সঙ্গীত।
  64. PSA.S64 প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত।
  65. PSA.S65 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত।
  66. PSA.S66 চলোমনৰ ৰচিত গীত।
  67. PSA.S67 আচফৰ ৰচিত গীত:
  68. PSA.S68 মচকীল নামে আচফৰ ৰচিত গীত।
  69. PSA.S69 প্ৰধান বাদ্যকৰৰ নিমিত্তে: অলতচেৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত, সঙ্গীত।
  70. PSA.S70 প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত।
  71. PSA.S71 প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত।
  72. PSA.S72 মচকীল নামে আচফৰ ৰচিত গীত
  73. PSA.S73 আচফৰ ৰচিত গীত।
  74. PSA.S74 প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম-এদূৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত
  75. PSA.S75 প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত।
  76. PSA.S76 আচফৰ ৰচিত গীত।
  77. PSA.S77 সঙ্গীত: আচফৰ ৰচিত গীত।
  78. PSA.S78 প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া কোৰহৰ বংশৰ ৰচিত গীত।
  79. PSA.S79 প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত।
  80. PSA.S80 দায়ুদৰ প্ৰাৰ্থনা।
  81. PSA.S81 কোৰহৰ বংশৰ ৰচিত গীত। এটি সঙ্গীত।
  82. PSA.S82 এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত। প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ-মহলৎ-লিয়ান্নোৎ। ইজ্ৰাহীয়া হেমনৰ মচকীল নামৰ গীত।
  83. PSA.S83 ইজ্ৰাহীয়া এথনৰ মচকীল নামৰ গীত।
  84. PSA.S84 গীতমালা‍ চতুর্থ খণ্ডঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।
  85. PSA.S85 এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত।
  86. PSA.S86 এটি গীত।
  87. PSA.S87 ধন্যবাদাৰ্থক গীত।
  88. PSA.S88 দায়ুদৰ ৰচিত গীত।
  89. PSA.S89 এজন দুখীৰ প্রার্থনা; তেওঁ যেতিয়া হতাশ হয়, তেওঁৰ দুখৰ কথা যিহোৱাক কৈছিল।
  90. PSA.S90 দায়ুদৰ ৰচিত গীত।
  91. PSA.S91 গীতমালাপঞ্চম খণ্ড
  92. PSA.S92 সঙ্গীত। দায়ুদৰ ৰচিত গীত।
  93. PSA.S93 প্ৰধান বাদ্যকৰৰ নিমিত্তে দায়ুদৰ ৰচিত গীত
  94. PSA.S94 দায়ুদৰ ৰচিত গীত।
  95. PSA.S95 আলেফ
  96. PSA.S96 বেইৎ
  97. PSA.S97 গীমেল
  98. PSA.S98 দালেৎ
  99. PSA.S99 হেই
  100. PSA.S100 বাৱ
  101. PSA.S101 জয়িন
  102. PSA.S102 হেৎ
  103. PSA.S103 টেইট
  104. PSA.S104 ইয়োদ
  105. PSA.S105 কফ
  106. PSA.S106 লামেদ
  107. PSA.S107 মেইম
  108. PSA.S108 নুন
  109. PSA.S109 চামেক
  110. PSA.S110 অয়িন
  111. PSA.S111 পেই
  112. PSA.S112 চাধেই
  113. PSA.S113 কোফ
  114. PSA.S114 ৰেচ
  115. PSA.S115 চীন
  116. PSA.S116 তাৱ
  117. PSA.S117 মন্দিৰ অভিমুখে যাত্রাৰ সঙ্গীত।
  118. PSA.S118 যাত্ৰাৰ সঙ্গীত।
  119. PSA.S119 দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
  120. PSA.S120 যাত্ৰাৰ সঙ্গীত।
  121. PSA.S121 দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
  122. PSA.S122 যাত্ৰাৰ সঙ্গীত।
  123. PSA.S123 যাত্ৰাৰ সঙ্গীত।
  124. PSA.S124 চলোমনৰ ৰচিত যাত্ৰাৰ সঙ্গীত
  125. PSA.S125 যাত্ৰাৰ সঙ্গীত
  126. PSA.S126 যাত্ৰাৰ সঙ্গীত
  127. PSA.S127 যাত্ৰাৰ সঙ্গীত
  128. PSA.S128 দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত
  129. PSA.S129 যাত্ৰাৰ সঙ্গীত।
  130. PSA.S130 দায়ুদৰ ৰচিত যাত্ৰাৰ সঙ্গীত।
  131. PSA.S131 যাত্ৰাৰ সঙ্গীত
  132. PSA.S132 দায়ুদৰ ৰচিত গীত
  133. PSA.S133 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
  134. PSA.S134 প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত
  135. PSA.S135 দায়ুদৰ ৰচিত গীত
  136. PSA.S136 গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা।
  137. PSA.S137 দায়ুদৰ ৰচিত গীত
  138. PSA.S138 দায়ুদৰ ৰচিত গীত
  139. PSA.S139 দায়ুদৰ দ্বাৰা ৰচিত প্ৰশংসাৰ গীত।