4 অধ্যায়

নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰা। এলী আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু।

1সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।